True Love | সচা ভাল পোৱা |
এজনী ছোৱালীৰ Facebook ত এজন লৰাৰ
Friend request আহিছিল ।
ছোৱালীজনীয়ে
লৰাটোৰ ফটো দেখীয়ে Friend request
cancel কৰিছিল ।কিয়নো লৰাটোৰ ফটো
খন
ছোৱালীজনীৰ পচন্দ হোৱা নাছিল ।
কিন্ত
লৰাটোৱে বাৰে বাৰে
ছোৱালীজনীলৈ
Friend request পঠাই থাকিল আৰু
ছোৱালীজনীয়ে বাৰে বাৰে তাৰ
BUY NOW
Redmi note5 pro
requesthttp://fkrt.it/qT7XeKNNNN
cancel কৰি থাকিল । এদিন
ছোৱালীজনীয়ে
খংটে তাক add কৰি ললে । লৰাটোক add
কৰা
পাছত লৰাটোৱে ছোৱালীজনীক সদায়
পুৱা
গধূলি good morning,good evening,good nt, কি
খৱৰ এনেদৰে সময়ে সময়ে তাইক msg
কৰিৱলৈ
ললে । ছোৱালীজনীয়ে সদায় ignor কৰি
গল|
Buy Now.
। এনেদৰেই বহু দিন গল। লাহে লাহে
ছোৱালীজনীয়ে তাৰ মেছেজৰ reply
কৰিৱলৈ ধৰিলে আৰু এনেদৰেই দুয়ো ভাল
বন্ধু হৈ
পৰিল । সি ship ত job কৰে ।বন্ধত এবাৰ সি
ঘৰলৈ
আহিছিল ।যোৱাৰ আগতে
ছোৱালীজনীলৈ
ফোন কৰিলে আৰু কলে যে, সি তাইক বহু
ভাল
পাই কিন্ত ছোৱালীজনীয়ে তাৰ কথা
শুনি চুপ হৈ
গল আৰু কলে যে মই তোমাক মাথো like হে
কৰো । তোমাক কেতিয়াওঁ ভালপোৱাৰ
কথা ভৱা
নাই মই । যদি কেতিয়াবা তোমাক ভাল
পেৱাৰ ভাৱ
জাগ্ৰত হয় অথবা তুমি যোৱাৰ পাছত
তোমাক মই
মিছ কৰো তেন্তে তোমাক জনাম । সম্পূণ
একমাহ পাৰ হল কিন্ত তাৰ কোনো ধৰণৰ
cll ,
msg নাহিল । ছোৱালীজনীৰ তালৈ মনত
পৰিব
ধৰিলে । তাৰ প্ৰতিটো কথা,তাৰ
মেছেজ আৰু
তাইৰ প্ৰতি থকা তাৰ সকলো ধৰণৰ চিন্তা
ভাৱনাই তাইক
বহু আমনি কৰিব ধৰিলে । এইদৰেই দিন
পাৰ হৈ যাবলৈ
ধৰিলে ।তাৰ মেছেজ,তাৰ এটা ফোনৰ
কাৰণে
তাই অপেক্ষা কৰিবলৈ ধৰিলে কিন্ত
তাৰ কোনো
খৱৰ নাপালে ।তাৰ মোবাইল নম্বৰ চুইছ অফ
আহিৱলৈ ধৰিলে,ফেচবুকত মেছেজ কৰি
তাই
পাগলৰ দৰে হৈ গল কিন্ত তাৰ কোনো
ধৰনৰ
Buy now
reply নাহিল । অধিৰভাবে তাই তাৰ
বাবে অপেক্ষা
কৰৰিবলৈ ধৰিলে আৰু মনতে তাই থিৰাং
কৰি ললে
যে এইবাৰ তাৰ ফোন মেচেজ আহিলেই
তাক
ভাল পাওঁ বুলি কব । এনেদৰে ভাবি
থাকোতেই
এদিন অসমৰ বাহিৰৰ পৰা এটা ফোন আহা
দেখী
তাই বুজি পালে যে এই ফোন নিশ্চয় তাৰ
।
ফোনটো উঠাওতেই সিফালৰ পৰা এটা
লৰা কন্ঠই
তাইক সুধিলে আপুনি বাৰু হিয়া নেকি ?
মই ৰাজৰ বন্ধু
এজনে কৈ আছো....
ৰাজ ship ৰ চিৰিত slip হৈ
সি বহু
আঘাত পাইছিল আৰু আজি ৩ দিনৰ আগতেই
তাৰ মৃত্যু
হৈছে । সি আপোনাক নিজতকৈয়ো ভাল
পাইছিল
কিন্ত এতিয়া সেইবোৰ কৈ কি লাভ
আপুনিটো তাক
কেতিয়াওঁ ভালেই পোৱা নাছিল । সি
সদায় আপুনাৰ
কথা কৈ আছিল আঘাত প্ৰাপ্ত দিন
কেইতাটো
মাথো আপোনাৰ নামকেই লৈ আছিল আৰু
কৈছিল
তাই জীৱনত এদিন হলেওঁ মোক miss কৰিব
ads
BUY NOW
True Love | সচা ভাল পোৱা |
Reviewed by Unknown
on
8:48 AM
Rating:
Reviewed by Unknown
on
8:48 AM
Rating:



No comments